বাতৰি কাকতবাতৰি যোগনিয়াৰ

বাতৰি দিওঁতা (Assamese) [ Roman: ba.to.ri dio~.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-08
1. (Common Noun-Common) One who collects and gives account of events for a newspaper, radio or television. বাতৰিকাকত, ৰেডিঅ’, দূৰদৰ্শন আদিৰ বাবে সাম্প্ৰতিক ঘটনাৰাজীৰ তথ্য সংগ্ৰহ আৰু পৰিৱেশন কৰোঁতা ৷